Polaroid
মুখ্য পৃষ্ঠা
13/09/25United States18:33

মোৰ জীৱন

অৰ্থ হীন জীৱন ;
প্ৰেম হীন যৌবন ;
নিদ্ৰা হীন ৰাতী ;
জোনাক হীন সন্ধা ;
বৃষ্টি হীন মেঘ ;
শব্দ হীন পৃথিৱী ;
সুখ হীন সফলতা ;
চিন্তা হীন আকোলতা ;
প্ৰান হীন চকুলো ;
মোৰ জীৱনৰ আজন্ম বন্ধু !!

ৰাজু কলিতা

মোৰ কবিতা★

মোৰ কবিতাই হাঁহিব নাজানে !

বিচাৰি নাযায় সুখ !

বিচাৰে এপিয়লা বিষাদ ;

তেজৰ চিঞাঁহিৰে ,

দুখৰ কবিতাক প্ৰাণ দিয়াৰ আশাত ।

→ ৰাজু কলিতা

10/03/14